ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ ঘোষণা । যুদ্ধ কোন মুহূৰ্তত হ’ব পাৰে এতিয়া লৈকে কোনেও নাজানে ? ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৭ মে’ত দেৱানী প্ৰতিৰক্ষা মক ড্ৰিলৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশনা দিছে । ভাৰতবৰ্ষৰ দিল্লী, মুম্বাই,কলকাতা, অমৃতসৰ,উত্তৰ প্ৰদেশ, অসম, অৰুণাচল প্ৰদেশ, উত্তৰ-প্ৰদেশ, বিহাৰ,ওড়িশা, পশ্চিম বংগকে ধৰি ডাঙৰ ডাঙৰ চহৰ বিলাকত নিশাৰ ভাগত ব্লেকআউট জাৰি কৰিছে।
ভাৰত আৰু পাকিস্তান যুদ্ধৰ মক ড্ৰিলৰ আয়োজন :
পাহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত হোৱা ভাৰতীয় সামৰিক বাহিনীয়ে প্ৰত্যুত্তৰ দিবলৈ । ভাৰত আৰু পাকিস্তান মাজত শীতল যুদ্ধ অব্যাহতি আছে । যিকোনো সময়তে দেশত যুদ্ধৰ বিস্ফোৰণ হ’ব পাৰে । বৰ্তমান ভাৰতে যুদ্ধৰ বাবে নিজৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ বহু ৰাজ্যক ৭ মে’ত অৰ্থাৎ অহাকাইলৈ অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিলৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিছে ।
কাইলৈ সকলো ৰাজ্যতে যুদ্ধৰ ছাইৰেন খেলা হ’ব । গতিকে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সীমান্তত শত্ৰুৰ ৰাষ্ট্ৰৰ দেশ পাকিস্তানক শিক্ষা দিবলৈ জল, স্থল আৰু বায়ু সেনাৰ প্ৰস্তুতি তীব্ৰতৰ কৰি ৰাখিছে । এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । যাতে, পাকিস্তানে ভাৰতবৰ্ষৰ প্ৰতিশোধ ল’বলৈ ভয় কৰে ।
আক্ৰমণৰ ক্ষেত্ৰত প্ৰয়োজনীয় হ’লে আৰু নিজকে সুৰক্ষিত কৰিবলৈ দেশৰ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলকো প্ৰশিক্ষণ দিয়া হ’ব বুলি সতৰ্কবাণী কৰিছে ।
ভাৰত আৰু পাকিস্তান যুদ্ধৰ প্ৰভাৱ ভাৰতৰ ক’ত ক’ত পৰিব :
৭ মে’ৰ মক ড্ৰিলত প্ৰায় ২৪৪ খন চহৰত থাকিব।
দিল্লী, মুম্বাই,কলকাতা, অমৃতসৰ,উত্তৰ প্ৰদেশ, অসম, অৰুণাচল প্ৰদেশ, উত্তৰ-প্ৰদেশ, বিহাৰ,ওড়িশা, পশ্চিম বংগকে ধৰি ডাঙৰ ডাঙৰ চহৰ বিলাকত নিশাৰ ভাগত ব্লেকআউট জাৰি কৰিছে। যুদ্ধৰ আক্ৰমণৰ পৰা চহৰ আৰু জিলা সমূহক লুকুৱাই ৰাখিবলৈ জৰুৰীকালীন প্ৰট’কল ৰূপায়ণ কৰা হ’ব।
এতিয়া প্ৰশ্ন হয় ভাৰত আৰু পাকিস্তানৰ যুদ্ধ ফলত ভাৰতৰ ক’ত ক’ত বৃহৎ পৰিমাণৰ প্ৰভাৱ পৰিব ?
ৰাজ্যৰ নাম জিলাৰ নাম

ভাৰতীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল
/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল | ৰাজধানী | অতিৰিক্ত স্থানসমূহ |
---|---|---|
আন্দামান আৰু নিকোবৰ দ্বীপ | প'ৰ্ট ব্লেয়াৰ | |
অন্ধ্ৰ প্ৰদেশ | হায়দৰাবাদ | বিশাখাপট্টনম |
অৰুণাচল প্ৰদেশ | আলোগ (পশ্চিম ছিয়াং) | ইটানগৰ, টাৱাং, হায়ুলিং, বোমডিলা |
অসম | গোৱালপাৰা (দিছপুৰ) | বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দিলিয়াজান, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লস্কিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি-আংলং, কোকৰাঝাৰ |
বিহাৰ | পাটনা | বৰাউনী, কাটিহাৰ, পূৰ্ণেয়া, বেগুচৰাই |
চণ্ডীগড় | চণ্ডীগড় | |
ছত্তীশগড় | দুৰ্গ (ভিলাই) | |
দাদাৰ নগৰ হাভেলী | দাদাৰ (চিলভাছা) | |
দামান আৰু দিউ | দমন | |
দিল্লী | দিল্লী | |
গোৱা | উত্তৰ গোৱা (পানাজী) | দক্ষিণ গোৱা (ভাস্কো ডাবোলিম আৰু বন্দৰৰ সৈতে মাৰ্মাগোৱা) |
গুজৰাট | আহমেদাবাদ | চুৰাট, বদোদৰা, ককৰাপাৰ, জামনগৰ, গান্ধীনগৰ, ভৱনগৰ, কণ্ডলা, নলিয়া, অংকেলেশ্বৰ, ওখা, ভাদিনাৰ, ভাৰুচ, ডাংছ, কুচ, মেহছানা, নৰ্মদা, নৱছাৰী |
হাৰিয়ানা | আম্বালা | ফৰিদাবাদ, গুৰগাঁও, হিছাৰ, পঞ্চকুলা, পানীপাট, ৰোহটক, ছিৰছা, সোনেপাট, যমুনা নগৰ, ঝজ্জাৰ |
হিমাচল প্ৰদেশ | শিমলা | |
জম্মু-কাশ্মীৰ | জম্মু | অনন্তনাগ, বদগাম, বাৰামুলা, ডোডা, কাৰ্গিল, কঠুৱা, কুপৱাৰা, লেহ, পুঞ্চ, ৰজাউৰী, শ্ৰীনগৰ, উধমপুৰ, সাম্বা, আখনূৰ, উৰি, নৌছেৰা, সুন্দৰবাণী, আৱন্তীপুৰ, পুলৱামা |
ঝাৰখণ্ড | ৰাঁচী | বোকাৰো, গোমিও, জামছেদপুৰ, গোড়া, চাহেবগঞ্জ |
কৰ্ণাটক | বেংগালুৰু (নগৰীয়া) | মল্লেশ্বৰ, ৰাইচুৰ |
কেৰেলা | তিৰুৱনন্তপুৰম | কোচিন (কোচি) |
লক্ষদ্বীপ | কাভাৰতী | |
মধ্য প্ৰদেশ | ভোপাল | গোৱালিয়ৰ, ইন্দোৰ, জবলপুৰ, কাটনী |
মহাৰাষ্ট্ৰ | মুম্বাই | উৰাণ, তাৰাপুৰ, থানে, পুনে, নাচিক, ৰোহন-ধাতো-নগোথানে, মনমাদ, পাপী, থাল বৈশোট, পিমপ্ৰি চিঞ্চৱাদ, ঔৰংগাবাদ, ভূছাৱাল, ৰায়গড়, ৰত্নাগিৰি, সিন্দুদুৰ্গ |
মণিপুৰ | ইম্ফল | চুৰাচান্দপুৰ, উখ্ৰুল, মৰেহ, নিংথৌ-খং |
মেঘালয় | শ্বিলং | পূব খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ, পশ্চিম গাৰো পাহাৰ (তুৰা) |
মিজোৰাম | আইজোৱাল | |
নাগালেণ্ড | ডিমাপুৰ | কোহিমা, মকোকচুং, মন, ফেক, টুয়েনছাং, ৱকহা, জুনহেবোটো, কেফিৰ, পেৰেন |
ওড়িশা | ভুৱনেশ্বৰ | তালচেৰ, বালাসৌৰ, কোৰাপুত, গোপালপুৰ, হীৰাকুণ্ড, পৰাদীপ, ৰৌৰকেলা, ভদ্ৰক, ধেংকনাল, জগতসিংহপুৰ, কেন্দ্ৰপাৰা |
পুডুচেৰী | পুডুচেৰী | |
পাঞ্জাব | অমৃতসৰ | ভাটিন্দা, ফিৰোজপুৰ, গুৰদাসপুৰ, হোছিয়াৰপুৰ, জলন্ধৰ, লুধিয়ানা, পটিয়ালা, পাঠানকোট, আধামপুৰ, বৰ্ণালা, ভকৰা-নংগল, হালৱাৰা, কোঠকাপুৰ, বটালা, মোহলী (সাসনগৰ), আবোহৰ, ফৰিদপুৰ, ৰোপাৰ, সংগ্ৰুৰ |
ৰাজস্থান | জয়পুৰ | কোটা, ৰাৱত-ভাটা, আজমেৰ, আলৱাৰ, বৰমেৰ, ভৰতপুৰ, বিকানেৰ, বুণ্ডী, গংগানগৰ, হনুনগড়, জয়ছলমেৰ, যোধপুৰ, উদয়পুৰ, ছিকাৰ, নল, চুৰাটগড়, আবু ৰোড, নাছিৰাবাদ (আজমেৰ), ভীৱৰী, ফুলেৰা (জয়পুৰ), নগৌৰ (মেৰতা ৰোড), জালৌৰ, বেৱাৰ (আজমেৰ), লালগড় (গণগনগৰ), স্বয় মাধোপুৰ, ভিলৱাৰা, পালি |
ছিকিম | গেংটক | |
তামিলনাডু | চেন্নাই | কল্পকাম |
ত্ৰিপুৰা | আগৰতলা | |
উত্তৰ প্ৰদেশ | লক্ষ্ণৌ | বুলন্দশ্বেহাৰ (নৰোৰা), আগ্ৰা, এলাহাবাদ, বৰেলী, গাজিয়াবাদ, গোৰখপুৰ, ঝান্সী, কানপুৰ, মথুৰা, মীৰুট, মোৰাদাবাদ, শৰণপুৰ, বাৰাণসী, বাক্ষী-কা-তালাব মোগলচৰাই, সৰছাৱা, বাগপত, মুজ্জাফৰ নগৰ |
উত্তৰাখণ্ড | ডেৰাডুন | |
পশ্চিম বংগ | কলকাতা | কুচবেহাৰ, দাৰ্জিলিং, জলপানীগুৰি, মালা, শিলিগুৰি, বৃহত্তৰ কলকাতা, দুৰ্গাপুৰ, হালদিয়া, হাছিমাৰা, খৰগপুৰ, বাৰ্নপুৰ-আসনছল, ফাৰক্কা-খেজুৰিয়াঘাট, চিত্তৰঞ্জন, বালুৰঘাট, আলী পুৰৱাৰ, ৰাইগঞ্জ, ইছলামপুৰ, দিনহাটা, মাখিলী গঞ্জ, মথাভংগা, কালিমপং, জলধাকা, কুৰ্চেয়ং, কোলাঘাট, বৰধামন, বীৰভূম, পূৱ মিদনাপুৰ, পশ্চিম মদিনাপুৰ, হাওৰা, হুগলী, মুৰ্ছিদাবাদ |
Pingback: উইং কমাণ্ডাৰ ব্যোমিকা সিং কোন ? - Assam Fast News