মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫
নিয়োগ প্ৰত্যাশী স্নাতক উৰ্ত্তীণ শিক্ষাৰ্থীসকললৈ প্ৰতিমাহে ২৫০০ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব বাবে অসম চৰকাৰে মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme) প্ৰৱৰ্তন কৰিছে । আজি আমি মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি (Jibon Prerana Scheme) ৰ সুবিধা , এই আঁচনি কেনেকৈ লাভ কৰিব , ইয়াৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ , কোনে সকল শিক্ষাৰ্থীয়ে লাভ কৰিব ইয়াৰ […]
মূখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ২০২৫ Read More »