অসমত কেনেকৈ ডিজিটেল মাৰ্কেটিঙৰ কেৰিয়াৰ গঢ়িব :সম্পূৰ্ণ তথ্য
আজিৰ এই ডিজিটেল যুগত ডিজিটেল মাৰ্কেটিঙৰ গুৰুত্বতা আছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ কাৰ্য্য আৰু চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে । অসম উত্তৰ-পূব ভাৰতৰ এখন কৃষিপ্ৰধান ৰাজ্য। প্ৰায় ৭০ শতাংশ জনসংখ্যা কৃষিজীৱী। আজি আমি অসমৰ এই কৃষি ৰাজ্যত কেনেকৈ ডিজিটেল মাৰ্কেটিঙৰ কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰি আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিম। ডিজিটেল মাৰ্কেটিঙৰ কি ? ডিজিটেল মাৰ্কেটিঙ […]
অসমত কেনেকৈ ডিজিটেল মাৰ্কেটিঙৰ কেৰিয়াৰ গঢ়িব :সম্পূৰ্ণ তথ্য Read More »